November 21, 2025 9:27 PM November 21, 2025 9:27 PM

views 9

জোহানেছবাৰ্গত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য দক্ষিণ আফ্ৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহানেছবাৰ্গত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আজি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছেগৈ। শ্রীমোদীয়ে শীর্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে অংশগ্রহণ কৰিব আৰু গোলকীয় দক্ষিণ, বহনক্ষম উন্নয়ন, জলবায়ু শীর্ষক কার্যসূচী, গোলকীয় প্ৰশাসনত সংস্কাৰ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য আগবঢ়াব। শ্রীমোদীয়ে এই শীর্ষ সন্মিলনত ভাগ লোৱাৰ আপাহতে ভাৰত, ব্রাজিল, দক্ষিণ আফ্ৰিকাৰ নেতৃত্বৰ্গৰ বৈঠকত ভাগ ল'ব আৰু কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে দ্বিপাক্ষিক ব...