December 31, 2025 1:27 PM

views 11

নতুন দিল্লীত নীটি আয়োগৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত নীটি আয়োগৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকৰ বিষয়বস্তু আছিল- আত্মনিৰ্ভৰতা গাঁথনিগত পৰিৱৰ্তনঃ বিকশিত ভাৰতৰ ৰূপৰেখা। কাৰ্যসূচীত ভাষণ দি প্রধানমন্ত্রী শ্রীমোদীয়ে ২০৪৭ চনৰ দিশে ভাৰতৰ যাত্ৰাৰ মূল স্তম্ভসমূহৰ বিষয়ে আলোকপাত কৰে। বিকশিত ভাৰতক ৰাষ্ট্ৰীয় আকাংক্ষা হিচাপে উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে ২০৪৭ চনলৈ বিকশিত ভাৰতৰ লক্ষ্য চৰকাৰৰ নীতিসমূহত প্ৰতিফলিত হৈছে। এই বৈঠকৰ সময়ত প্রধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ নীতি নি...