October 15, 2024 11:21 AM

views 18

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মানক সন্মিলন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ, আই টি ইউৰ বিশ্ব দূৰসংযোগ মানক সন্মিলন ২০২৪ মুকলি কৰে। বিশ্ব দূৰসংযোগ মানক সন্মিলন হ'ল ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্রযুক্তি সংস্থা আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ কামৰ মান অধিক উন্নত কৰাৰ বাবে প্ৰতি ৪ বছৰৰ মূৰত আয়োজিত প্ৰশাসনীয় সন্মিলন। এইবেলি প্ৰথমবাৰৰ বাবে এই সন্মিলন ভাৰত তথা এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলত আয়োজন কৰা হৈছে। সন্মিলনত ১৯০ খনতকৈও অধিক দেশৰ প্ৰতিনিধিৰ অংশগ্রহণ। ইপিনে, চলিত বৰ্ষৰ ভাৰত মোবাইল ক...