September 27, 2025 8:31 PM

views 22

দেশত ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭,৫০০টা ফ’ৰ জি মোবাইল টাৱাৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে সমগ্ৰ দেশতে ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭ হাজাৰ ৫০০টা ফ'ৰ জি মোবাইল টাৱাৰ উদ্বোধন কৰে। এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰে। স্বদেশী ফ'ৰ জি নেটৱৰ্কৰ উদ্বোধনী কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়া আৰু টাটা ছন্‌ছৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ প...