January 4, 2025 11:58 AM
15
নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে প্রধানমন্ত্রীয়ে অনুষ্ঠানত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। এই মহোৎসৱৰ লক্ষ্য হৈছে গ্রাম্য আন্তঃগাঁথনি উন্নীতকৰণ, আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ সৃষ্টি আৰু গ্রাম্য সমুদায়ৰ মাজত উদ্ভাৱনীমূলক ধাৰণাক উৎসাহিত কৰা। এই মহোৎসৱত বিভিন্ন প্রদর্শনী, কৰ্মশালাৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন। ছদিনীয়া এই মহোৎসৱৰ মূল মন্ত্ৰ হৈছে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এখন স্থিতিস্থাপক গ্ৰাম্য ভাৰত নিৰ্মাণ কৰা...