August 10, 2025 8:41 PM

views 17

জনসাধাৰণৰ সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰি আছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে দেশৰ জনসাধাৰণৰ সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে তেওঁৰ চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰি আছে। বেংগালুৰুত আজি নাম্মা মেট্ৰৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰি শ্ৰী মোদীয়ে সংস্কাৰ প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ জৰিয়তে ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। ২০১৪ চনৰ পূৰ্বে ভাৰতবৰ্ষ ১০ খন অনুন্নত দেশৰ তালিকাত থকাৰ সময়তে এই যাত্ৰাৰ আৰম্ভ হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ভাৰত বৰ্ত...