November 16, 2025 11:02 AM

views 35

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেলী মণিপুৰৰ কাংপোকপী জিলাৰ ছংপেজং গাঁৱৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভার্চুৱেল ব্যৱস্থাৰে মণিপুৰৰ কাংপোকপী জিলাৰ ছংপেজং গাঁৱৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কাংপোকপীৰ জিলা আয়ুক্ত মহেশ চৌধুৰী আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন জিলাখনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষণ বুলি অভিহিত কৰে। তেওঁ কয়, যে জিলাখনৰ অধীনত চাপৰমেনিয়াত এখন একলব্য আদর্শ বিদ্যালয় আছে যদিও নতুন বিদ্যালয়খন ওচৰৰ এলেকাসমূহৰ প্ৰেক্ষাপট সলনি কৰিব। তেওঁ লগতে প্রধানমন্ত্ৰীৰ শলা...