September 29, 2025 7:59 PM
16
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰে। বিজেপিৰ সভাপতি জগৎ প্রকাশ নড্ডাই ২০২৩ চনৰ ২ জুন তাৰিখে এই কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে নৱৰাত্ৰিৰ পবিত্ৰ সময়ত বিজেপিয়ে এই নতুন কাৰ্য্যালয় লাভ কৰিছে। উদ্বোধনী অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাকে ধৰি দলৰ জ্যেষ্ঠ নেতা, সাংসদ, বিধায়ক, কেন্দ্রীয় মন্ত্রী তথা কর্মকর্তাসকল উপস্থি...