August 10, 2025 7:12 PM
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কর্ণাটকৰ কে এছ আৰ ৰে’ল ষ্টেচনত ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কর্ণাটকৰ কে এছ আৰ ৰে'ল ষ্টেচনত ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে'লগাড়ীকেইখন হল বেংগালুৰু-বেলাগাৱি, মাতা বৈষ্ণোদেৱী কাটৰা –অমৃতচৰ আ...