January 15, 2025 6:25 PM January 15, 2025 6:25 PM

views 12

মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ দেশৰ প্ৰতিৰক্ষা বাহিনীত অন্তর্ভুক্ত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ ক্রমে আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশিৰক নৌসেনা বাহিনীত অন্তর্ভুক্ত কৰে। এই জাহাজকেইখনৰ অন্তর্ভুক্তিয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যমক গতি প্রদান কৰিব। যুদ্ধ জাহাজ তিনিখন প্রতিৰক্ষা নিৰ্মাণ আৰু সামুদ্রিক সুৰক্ষাৰ ক্ষেত্ৰত বিশ্ব নেতৃত্বৰূপে পৰিগণিত হোৱাৰ দেশৰ সপোন বাস্তবায়িত কৰাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে বিবেচিত হৈছে। নীলগিৰি নামৰ জাহাজখ...

January 15, 2025 6:22 PM January 15, 2025 6:22 PM

views 10

June 19, 2024 8:36 PM June 19, 2024 8:36 PM

views 9

নালান্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰাজগীৰত সুষমা স্বৰাজ প্ৰেক্ষাগৃহত নালান্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি অনুষ্ঠানত সমবেত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজক সম্বোধন কৰি দিয়া ভাষণত শ্রীমোদীয়ে কয় যে, দেশৰ জ্ঞান আৰু শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলি ভাৰতক বিশ্বৰ মহাশক্তিধৰ দেশৰ স্থানলৈ উন্নীত কৰিব পৰা যাব। প্রধানমন্ত্ৰীয়ে আজি নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত এই চৌহদ উদ্বোধন কৰে। তেওঁ কয় যে...