July 29, 2024 1:22 PM July 29, 2024 1:22 PM
5
কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্ৰী পৰিষদৰ সন্মিলনত আলোচনা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰে৷ শ্রীমোদীয়ে কল্যাণকামী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰি প্ৰশাসন ব্যৱস্থাক আৰু অধিক উন্নত কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। শ্রীমোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন-মুখ্যমন্ত্ৰী পৰিষদৰ সামৰণি অনুষ্ঠানত ভাষণ দিয...