March 2, 2025 8:07 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট ভ্ৰমণৰ অংশ হিচাপে জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন কৰে। জিলাখনৰ ৩ হাজাৰ একৰ ভূমিত স্থাপন কৰা বনতাৰা হৈছে জীৱজন্তু উদ্ধাৰ, সংৰক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ। শ্ৰীমোদীয়ে তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ উদ্দেশ্যে কালি সন্ধিয়া জামনগৰত উপস্থিত হয়। প্রধানমন্ত্রী মোদীয়ে আজি সোমনাথ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। সোমনাথ মন্দিৰ দৰ্শনৰ পাছত শ্ৰীমোদী গীৰ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কাৰ্যালয় ছাচনত উপস্থিত হৈ শ্ৰীসোমনাথ ন্যাসৰ এখন বৈঠকত...

March 2, 2025 11:29 AM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া গুজৰাট ভ্রমণসূচীৰে জামনগৰত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া গুজৰাট ভ্রমণসূচীৰে কালি বিয়লি জামনগৰত উপস্থিত হয়। শ্ৰী মোদীয়ে আজি আৰু কাইলৈ ভালেমান অনুষ্ঠানত অংশ ল'ব। শ্রী মোদীয়ে আজি পশুধন উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ ৱনতাৰা পৰিদৰ্শন কৰিব। ইয়াৰ পাছত শ্ৰী মোদীয়ে সোমনাথ মন্দিৰত পূজা-অৰ্চনা কৰিব আৰু সোমনাথ ন্যাসৰ বৈঠকত পৌৰহিত্য কৰিব। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী এই ন্যাসৰ অধ্যক্ষৰো দায়িত্বত আছে। শ্ৰী মোদীয়ে কাইলৈ পুৱা গীৰ ৰাষ্ট্ৰীয় উদ্যানলৈ যাব। তাত তেওঁ পদেন অধ্যক্ষ হিচাপে ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদৰ সপ্তম বৈ...