October 26, 2025 11:58 AM October 26, 2025 11:58 AM

views 32

পবিত্ৰতা আৰু নীতি-নিয়ম পালনৰ দিশৰ পৰা অদ্বিতীয় ষট পূজা, সৰলতা আৰু সংযমৰ প্ৰতীক স্বৰূপঃ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী

দেশৰ বিভিন্ন অংশত কালিৰে পৰা ৪ দিনীয়া ষট পূজা অনুষ্ঠিত হৈছে। সূৰ্য দেৱতাৰ নামত উৎসৰ্গিত এই উৎসৱ প্ৰকৃতি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আৰাধনাৰ প্ৰতীক। ভক্তসকলে পূজাৰ প্ৰথম দিনা পবিত্ৰ ব্ৰত ৰখাৰ সংকল্পৰে পবিত্ৰ স্নান সম্পন্ন কৰে আৰু পূজা আৰ্চনাৰ অন্তত আৰৱা চাউলৰ আহাৰ আৰু জাতিলাও চবজী গ্ৰহণ কৰে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ষট পূজা উপলক্ষে দেশ-বিদেশৰ ভক্তসকলক ওলগ জনাইছে। শ্রীমোদীয়ে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে ব্ৰতত থকা সকলো লোকৰ অভূতপূর্ব ভক্তিৰ প্ৰতি প্ৰণিপাত জনায় আৰু এই ৪ দিনীয়া উৎ...