November 21, 2024 11:56 AM

views 19

ভাৰত আৰু গায়ানাৰ মাজত তিনিখন চুক্তি স্বাক্ষৰ

ভাৰত আৰু গায়ানাই স্বাস্থ্য, হাইড্ৰ'কাৰ্বন, কৃষি আৰু আনুসংগিক খণ্ডসমূহত সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে তিনিখন চুক্তি স্বাক্ষৰ কৰিছে। দুয়োখন দেশে চিকিৎসা সামগ্রী, জন ঔষধী আঁচনি, সাংস্কৃতিক বিনিময় কাৰ্যসূচী গায়ানাত ইউ পি আই প্ৰণালী আৰম্ভ কৰা আৰু প্ৰসাৰ ভাৰতী তথা গায়ানাৰ ৰাষ্ট্ৰীয় যোগাযোগ নেটৱৰ্কৰ মাজত প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো বুজাবুজিৰ চুক্তিও সম্পাদন কৰে। ইয়াৰ উপৰি গায়ানাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠান আৰু গুজৰাটৰ প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ মাজতো এখন বুজাবুজিৰ চুক্তি স্ব...