July 1, 2024 6:54 PM
শ্ৰীলংকাৰ তামিল নেচনেল এলায়েন্সৰ বর্ষীয়ান নেতা আৰ সম্পথানৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ তামিল নেচনেল এলায়েন্সৰ বর্ষীয়ান নেতা তথা ৰাজনীতিবিদ আৰ সম্পথানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰী মো...