December 8, 2024 8:29 PM December 8, 2024 8:29 PM

views 12

আন্তঃগাঁথনিত বিনিয়োগ, ডিজিটেল অন্তর্ভুক্তি তথা উন্নীত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত হোৱা উল্লেখনীয় প্ৰগতিৰ প্ৰশংসা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনিত বিনিয়োগ, ডিজিটেল অন্তর্ভুক্তি তথা উন্নীত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত হোৱা উল্লেখনীয় প্ৰগতিৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এক্সত কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই লিখা বিকশিত ভাৰত দৃষ্টিভংগীৰ জৰিয়তে কৰ্ণধাৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ অগ্রগতি শীৰ্ষক এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণিল বস্ত্ৰ খণ্ড, পৰ্যটনৰ সা-সুবিধা তথা পৰম্পৰাগত হস্তশিল্পক উজলাই তোলা অষ্টলক্ষ্মী মহোৎসৱক প্ৰশংসা কৰ...