August 20, 2025 1:10 PM
ভাৰত-চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পর্কই বিশ্ব শান্তি আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাবঃ প্ৰধানমন্ত্ৰী মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত আৰু চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পর্কই বিশ্ব শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তত শ...