January 1, 2025 2:04 PM

views 29

যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি

কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্রযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি কৰিছে। বিগত ১০ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ বাবে অপাৰ সুযোগৰ নতুন পথ মুকলি কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰী চাকৰিৰ বাবে ১৫ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তিপত্র প্রদান কৰা হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ সংখ্...

December 22, 2024 6:40 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। কাইলৈ দেশৰ ৪৫খন ঠাইত আয়োজিত এই নিযুক্তি মেলাত তেওঁ সম্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত খালী পদসমূহত এই নিযুক্তি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ সমাজক কৰ্মসংস্থাপন প্ৰদানত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এই নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। যুৱ সমাজক ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণ আৰু আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত এই নিযুক্তিয়ে সহা...