September 27, 2024 1:20 PM

views 10

পুণেত প্ৰধানমন্ত্ৰী মোদীৰ ৩টা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পুণেত বতৰ আৰু জলবায়ু সম্পৰ্কীয় তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰে। তিনিওটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযানৰ অধীনত প্ৰায় ১৩০ কোটি টকা ব্যয় সাপেক্ষে থলুৱাভাৱে বিকশাই তোলা হৈছে। প্রধানমন্ত্ৰীয়ে লগতে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেমো মুকলি কৰে। অনুষ্ঠানত শ্ৰী মোদীয়ে কয় যে, এই উন্মোচনে একবিংশ শতিকাৰ ভাৰতবৰ্ষই যে বিজ্ঞান, প্রযুক্তি আৰু গৱেষণা...

September 26, 2024 9:18 PM

views 11

পুণেত পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটিং ছিষ্টেম আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়াৰ ভাগত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পুণেত বতৰ আৰু জলবায়ু সম্পৰ্কীয় তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটিং ছিষ্টেম আৰু এটা উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি কৰে। অনুষ্ঠানত শ্ৰী মোদীয়ে কয় যে, এই নতুন ছুপাৰ কম্পিউটাৰ আৰু এইচ পি চি ছিষ্টেমৰ প্ৰয়োগৰ জৰিয়তে, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কম্পিউটিং আৰু অন্বেষণৰ দিশত ভাৰতে আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত আজিৰ দিনটো ভাৰতৰ বাবে অন্যতম সফল...