September 7, 2025 11:36 AM

views 24

সাধাৰণ আৰু আঞ্চলিক দুয়োটা নির্বাচনতে বিজয় সাব্যস্ত কৰা গায়েনাৰ ৰাষ্ট্ৰপতি ইফান আলিক প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা জ্ঞাপন

সাধাৰণ আৰু আঞ্চলিক দুয়োটা নির্বাচনতে বিজয় সাব্যস্ত কৰা গায়েনাৰ ৰাষ্ট্ৰপতি ইফান আলিক প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে শুভেচ্ছা জ্ঞাপন কৰে৷ সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যে গায়েনাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু গায়েনাৰ অংশীদাৰিত্বক আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই নিব। প্রধানমন্ত্রী শ্রীমোডীৰ বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই, গায়েনাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে দুয়োদেশৰ মাজত থকা শক্তিশালী আৰু পাৰস্পৰিক সম্পৰ্কক আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা চৰকাৰ আৰু ভাৰতৰ জনসাধৰণৰ সৈ...