May 2, 2024 8:47 PM

views 20

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তুংগত, গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জুনাগড়ত এখন নির্বাচনী সভাত ভাগ লয় কয় যে বিজেপি চৰকাৰে সন্ত্ৰাসবাদক যোগ্য প্ৰত্যুত্তৰ প্ৰদানেৰে সমগ্ৰ দেশত শান্তি সুনিশ্চিত কৰিছে। কংগ্ৰেছ বিভাজনৰ ৰাজনীতিত লিপ্ত হোৱা বুলি অভিযোগ তুলি শ্রী মোদীয়ে স্বাধীনতাৰ কেইবাদশক পাছত তামিলনাডুৰ সমীপৰ এটা দ্বীপ চুবুৰীয়া ৰাষ্ট্ৰ এখনক অৰ...