April 30, 2024 5:26 PM
3
বিগত দহ বছৰত ২৫ কোটি জনসাধাৰণ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ
প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে জনসাধাৰণে মোদী চৰকাৰৰ ১০ বছৰ আৰু কংগ্ৰেছ শাসনৰ ৬০ বছৰৰ প্ৰভেদ প্ৰত্যক্ষ কৰিছে। মহাৰাষ্ট্ৰৰ মাচাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত প্ৰধানমন্ত্ৰীয়ে ‘গৰীৱি হতায়েংগে’ ধবনি আওৰাইছিল যদিও একো কৰা নাছিল কিন্তু এন ডি এ চৰকাৰে বিগত দহ বছৰত ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে। শ্রী মোদীয়ে কয় যে ২০১৪ চনত প্ৰায় ১০০টা জলসিঞ্চন প্ৰকল্পৰ দশক দশক ধৰি স্থবিৰ হৈ আছিল আৰু এন ...