May 27, 2024 12:29 PM May 27, 2024 12:29 PM
12
প্রধানমন্ত্ৰীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে বুলি যোগী আদিত্যনাথৰ প্ৰকাশ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে। তেওঁ লগতে ভাৰত বৰ্তমান এটা মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে বুলিও উল্লেখ কৰে। মির্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনুপ্রিয়া পেটেল আৰু ৰবাৰ্টগঞ্জ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰিংকি কোলৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে, বিগত ১০ বছৰত ভাৰতে ইয়াৰ সীমান্ত অঞ্চলসমূহ সুৰক্ষিত কৰি তুলিছে আৰু উন্নয়নৰ নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। সব...