September 1, 2024 12:45 PM

views 48

মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী ব্রুনেইৰ চুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰম মৰ্মে ৩ ছেপ্তেম্বৰত ব্রুনেৰ ডাৰুচ্ছালামত উপস্থিত হ'ব। এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষি...