July 23, 2025 12:26 PM

views 17

চৰকাৰী ভ্ৰমণসূচীৰে ব্ৰিটেইনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া দেশখনত উপস্থিত হ'ব। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কেইৰ ষ্টাৰ্মাৰৰ আমন্ত্রণমৰ্মে শ্রীমোদী দেশখনলৈ গৈছে। আঞ্চলিক আৰু বিশ্বব্যাপী প্রাসংগিক বিষয়সমূহ সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰাৰ কথা। লণ্ডনত আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত ব্ৰিটেইনত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ ডৰেইস্বামীয়ে কয়, যে এই ভ্রমণে উভয় ৰাষ্ট্রকে উপকৃত কৰিব। তেওঁ লগতে কয়, যে ...