May 7, 2025 8:29 PM
সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ আজি নতুন দিল্লীত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে চ...