July 7, 2024 12:05 PM
30
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিয়েনা ভ্রমণক “বিশেষ সন্মান” বুলি অভিহিত অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাম্মেৰৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিয়েনা ভ্রমণক অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাম্মেৰে কালি “বিশেষ সন্মান” বুলি অভিহিত কৰি কয় যে তেওঁ ইয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছে। প্রধানমন্ত্রী মোডীয়ে ৯ জুলাইত মস্কোৰ পৰা অষ্ট্ৰিয়াত উপস্থিত হোৱাৰ কথা। শুকুৰবাৰে বৈদেশিক সচিব বিনয় কোৱাট্রাই আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, উচ্চ প্ৰযুক্তিৰ ক্ষেত্র, ষ্টাৰ্ট-আপ খণ্ড, সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে অষ্ট্ৰিয়াক উৎকৃষ্ট সুযোগ প্ৰদান কৰা “গুৰুত্বপূৰ্ণ মধ্য ইউৰোপীয় দেশ” বুলি অভিহিত কৰে। ত...