August 4, 2024 6:09 PM August 4, 2024 6:09 PM

views 6

ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাজভৱনৰ কাম-কাজ ফলপ্রসূ কৰি তোলাৰ বাবে কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ অৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। তেওঁ লগতে কাম-কাজত প্ৰযুক্তিক আকোঁৱালি ল'বলৈ আৰু ডিজিটীয়কৰণৰ প্ৰসাৰৰ অৰ্থে কাম কৰিবলৈ ৰাজ্যপালসকলৰ প্ৰতি আহ্বান জনায়। প্রধানমন্ত্রীয়ে শৈক্ষিক চৌহদসমূহক ড্ৰাগছ মুক্ত কৰি তোলাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাৰে কাম কৰিবলৈ আৰ...