May 1, 2025 9:11 PM
বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বাৰা উদ্বোধন
মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। দেশে ছবি নির্মাণ, ডিজিটেল বিষয়বস্তুৰ প্রস্তুত...