May 1, 2025 9:11 PM May 1, 2025 9:11 PM
7
বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বাৰা উদ্বোধন
মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। দেশে ছবি নির্মাণ, ডিজিটেল বিষয়বস্তুৰ প্রস্তুতি, গেমিং, ফেশ্বন, সংগীত আৰু লাইভ সংগীতানুষ্ঠানৰ ক্ষেত্ৰসমূহত বিশ্বস্তৰৰ কেন্দ্ৰ হিচাপে আগবাঢ়িবলৈ সক্ষম হৈছে। বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন ২০২৫ৰ শুভাৰম্ভ কৰি আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়। তেওঁ লগতে উল্লেখ কৰে যে, বর্তমানৰ এনিমেশ্যনৰ বিশ্বৰ বজাৰখনৰ মূল্য ৪৩০ বিলিয়ন ডলাৰতকৈও অধিক আৰু অহা...