July 28, 2025 10:11 AM

views 8

অপাৰেচন সিন্দূৰ অভিযানে দেশজুৰি নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সার্বভৌমত্বক আক্ৰমণ কৰা যিকোনো শক্তিৰ বিৰুদ্ধে ভাৰতে কিদৰে প্ৰত্যুত্তৰ দিব সেই কথা অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে সমগ্ৰ বিশ্বক দেখুৱাই দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। শ্রীমোদীয়ে কয়, যে এই সামৰিক অভিযানে দেশজুৰি নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। তামিলনাডুৰ গংগাইকোণ্ডা ছলাপুৰমত কালি আয়োজিত ঐতিহাসিক ছ’ল ৰজা ৰাজেন্দ্ৰ ছ’ল প্ৰথমৰ জন্মবার্ষিকীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কোনো শত্রু বা সন্ত্ৰাসবাদীৰ বাবে কোন...

July 27, 2025 8:03 PM

views 18

ৰাজাৰাজা চ’ল আৰু ৰাজেন্দ্ৰ চ’লৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য থকা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে ৰাজাৰাজা চ'ল আৰু ৰাজেন্দ্ৰ চ'লৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য আছে। তামিলনাডুৰ গংগাইকোণ্ডা চ'লাপুৰমত সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ দ্বাৰা আয়োজিত আদি তিৰুভাথিৰায় মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে আজি এই কথা প্ৰকাশ কৰে। মহান ৰজা ৰাজেন্দ্ৰ চ'লই গংগাইকোণ্ডা চ'লাৰম মন্দিৰ স্থাপন কৰাৰ বিষয়ে উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে আজিও এই মন্দিৰে বিশ্বজুৰি অন্যতম স্থাপত্যৰ আশ্চৰ্য্য হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ কয়, যে কাবেৰী আইৰ ভূমিত গংগা...

July 27, 2025 10:19 AM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা তামিলনাডুৰ থুথিকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা তামিলনাডুৰ থুথিকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিমান বন্দৰ, ঘাইপথ, বন্দৰ আৰু শক্তিখণ্ডৰ সৈতে জড়িত এই প্রকল্পসমূহে আঞ্চলিক যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব, সামগ্রি পৰিবহনৰ সামৰ্থ বৃদ্ধি কৰিব, নিকা শক্তি আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু তামিলনাড়ু জনসাধাৰণ জীৱনৰ মান উন্নত কৰিব। এই উপলক্ষে এটা সমাৱেশত ভাষণ দি প্রধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া বিদেশ ভ্ৰমণৰ সময়ত ভাৰত আৰু ইংলেণ্ডৰ মাজত স্বাক্ষৰিত ঐতিহাসিক ম...