January 11, 2026 12:40 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক সোমনাথ স্বাভিমান পর্বত অংশগ্ৰহণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি গুজৰাটত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক সোমনাথ স্বাভিমান পর্বত ভাগ লয়। ১০২৬ চনৰ জানুৱাৰীত সোমনাথ মন্দিৰৰ ওপৰত সংঘটিত প্ৰথম আক্ৰমণৰ এহেজাৰ বছৰ আৰু দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫১ চনত মন্দিৰটো পুনৰ নিৰ্মাণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে মন্দিৰটোৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়াসকলৰ সন্মানার্থে প্রতিকী ৰূপত আয়োজন কৰা শৌৰ্য যাত্ৰাটো অংশগ্ৰহণ কৰে। তেওঁ মন্দিৰটোত পূজা-অৰ্চনাও আগবঢ়ায়। পাছত প্ৰধ...