March 16, 2025 8:15 PM
ভাৰতক গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি উল্লেখ কৰি কয় যে ভাৰতে কথা কলে বিশ্বই শুনে। কৃত্রিম বুদ্ধিমত্তাৰ গৱেষক তথা পডকাষ্টৰ বাবে বিখ্যাত লেক্স ফ্রিডমে...