September 14, 2025 6:58 PM
21
দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা
দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলদৈৰ এখন জনসভাত আজি ঘোষণা কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয় যে অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনৰ পৰা দেশৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা হ'ব। অনুপ্ৰৱেশকাৰীৰ পৃষ্ঠপোষকসকলক সকিয়াই দি প্রধানমন্ত্রীয়ে লগতে কয়, যে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষন দিয়া শক্তিয়ে যিমানেই চেষ্টা নকৰাক কিয়, প্রাণ দি হলেও তেওঁলোকক প্রতিহত কৰা হ'ব। শ্রীমোদীয়ে অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা প্ৰায় ১ লাখ বিঘা ভূমি উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বাবে ...