February 23, 2025 7:50 PM

views 84

সকলোৰে বাবে স্বাস্থ্য চৰকাৰৰ সবকা সাথ-সবকা বিকাশ দৃষ্টিভংগীৰ মূল স্তম্ভ হিচাপে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে স্বাস্থ্য চৰকাৰৰ সবকা সাথ-সবকা বিকাশ দৃষ্টিভংগীৰ মূল স্তম্ভ হিচাপে অভিহিত কৰিছে। মধ্য প্ৰদেশৰ চৰপুৰ জিলাত বাগেশ্বৰধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্ৰতিষ্ঠানত প্ৰান্তীয় ৰোগীসকলৰ বাবে বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হ'ব। এই প্রতিষ্ঠান ১০ একৰ ভূমিত নিৰ্মাণ কৰা হ'ব বুলি সদৰী কৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে প্রথম পৰ্যায়ত ১০০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰা হ'ব। কর্কট চিকিৎসালয়খনত বিশেষজ্ঞ ...