December 22, 2024 8:07 PM
20
কুৱেইটৰ আমিৰ শ্বেইখ মেছাল অল-আহমদ অল-জাবেৰ অল-ছাবাহৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ শ্বেইখ মেছাল অল-আহমদ অল-জাবেৰ অল-ছাবাহৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। দুয়োগৰাকী নেতাই ভেষজ, তথ্যপ্রযুক্তি, বিত্তীয় প্ৰযুক্তি, আন্তঃগাঁথনি আৰু নিৰাপত্তাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে ভাৰত আৰু কুৱেইটৰ দ্বিপাক্ষিক সম্পর্ক, কৌশলগত মিত্ৰতালৈ উন্নীত হৈছে। সমাগত সময়ত এই মিত্ৰতা অধিক ত্বৰান্বিত হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। দুয়োখন দেশৰ মাজ...