October 21, 2025 10:49 AM October 21, 2025 10:49 AM

views 15

বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ তিনিগুণ বৃদ্ধি হৈ ১ লাখ ৫০ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ তিনিগুণ বৃদ্ধি হৈ ১ লাখ ৫০ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ২০১৪ চনৰ পৰা দেশে থলুৱাভাৱে উৎপাদিত ৪০ খন যুদ্ধ জাহাজ আৰু ছাবমেৰিন হস্তান্তৰ কৰিছে। শ্রীমোদীয়ে কয়, যে বর্তমান ভাৰতে অধিকাংশ প্ৰতিৰক্ষা সা-সামগ্ৰী ঘৰুৱাভাৱে উৎপাদন কৰে আৰু গড় হিচাপে প্রত্যেক ৪০ দিনত নৌবাহিনীত একোখনকৈ নতুন যুদ্ধ জাহাজ অথবা ছাবমেৰিন সংযোজিত হৈ আহিছে। প্ৰতি বছৰে ভাৰতীয় সশস্ত্র বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ তেওঁ বাৰ্ষিক পৰম্পৰা অনুসৰি...

October 20, 2025 7:35 PM October 20, 2025 7:35 PM

views 131

ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন বিগত দশকত ৩ গুণ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা স্পৰ্শ কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্ৰকাশ

বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা হৈছেগৈ বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ২০১৪ চনৰ পৰা ৪০ খনতকৈও অধিক থলুৱাভাৱে নির্মিত যুদ্ধ জাহাজ আৰু ছাবমেৰিন ৰপ্তানি কৰা বুলি উল্লেখ কৰি শ্রীমোদীয়ে লগতে কয় যে, ভাৰতে এতিয়া সৰহসংখ্যক প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন দেশতেই কৰে। দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ অসাধাৰণ সহযোগিতামূলক সেৱাৰ বাবে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছিল বুলি প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গোৱা আৰু কৰৱাৰ উপকূলৰ ...

October 20, 2025 5:35 PM October 20, 2025 5:35 PM

views 31

গোৱা আৰু কৰৱাৰ উপকূলৰ আই এন এছ বিক্ৰান্তত নৌ বাহিনীৰ জোৱানসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দীপাৱলী উদযাপন

দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ অসাধাৰণ সহযোগিতামূলক সেৱাৰ বাবে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছিল বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উল্লেখ কৰিছে। গোৱা আৰু কৰৱাৰ উপকূলৰ আই এন এছ বিক্ৰান্তত নৌ বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ছোৱাত প্রধানমন্ত্রীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে আই এন এছ বিক্রান্ত আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ প্রতীক। প্রধানমন্ত্রীয়ে উল্লেখ কৰে, যে চৰকাৰে প্ৰতিটো প্রত্যাহ্বানকে সংস্কাৰলৈ, প্রতিটো সংস্কাৰকে প্ৰত্যাৱৰ্তন আৰু প্ৰতি...