April 14, 2025 2:41 PM

views 13

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাৰিয়ানাৰ হিছাৰ বিমান বন্দৰৰ ২ নম্বৰ টার্মিনেল ভৱনৰ আধাৰশিলা স্থাপন

এদিনীয়া ভ্রমণসূচীৰে হাৰিয়ানা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ হিছাৰ বিমান বন্দৰৰ ২ নম্বৰ টার্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ হিছাৰৰ পৰা অযোধ্যালৈ চলাচল কৰিবলগীয়া বাণিজ্যিক বিমান সেৱাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। হিছাৰত ৪১০ কোটিৰো অধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া নতুন টার্মিনেল প্ৰকল্পত যাত্ৰীসকলৰ বাবে অত্যাধুনিক সা-সুবিধা থকাৰ উপৰি সা-সামগ্ৰী ৰখাৰ ব্যৱস্থা আৰু এটা এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ ভৱন থাকিব। এই উপলক্ষে অনুষ্ঠিত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রীয়ে বিস্...