January 11, 2026 7:40 PM January 11, 2026 7:40 PM

views 5

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজকোটত কচ্ছ আৰু সৌৰাষ্ট্ৰৰ প্ৰাণৱন্ত গুজৰাট আঞ্চলিক সন্মিলন মুকলি কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজকোটৰ মাৰোৱাৰী বিশ্ববিদ্যালয়ত কচ্ছ আৰু সৌৰাষ্ট্ৰৰ প্ৰাণৱন্ত গুজৰাট আঞ্চলিক সন্মিলন মুকলি কৰে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে কচ্ছ আৰু সৌৰাষ্ট্ৰৰ ১২ খন জিলাত প্ৰগতি, উদ্ভাৱন তথা বিনিয়োগ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজকোটত বিশেষ চিকিৎসা আহিলাৰ কেন্দ্ৰ মুকলি কৰাৰ লগতে সৌৰাষ্ট্ৰৰ ৭ খন জিলাত ১৩ টা নতুন গ্রীণফিল্ড স্মার্ট ঔদ্যোগিক প্ৰাংগণ ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি ...