November 23, 2025 10:42 AM
25
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে আলোচনাত মিলিত হয়
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ ভিতৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ, মালয়েছিয়াৰ প্ৰধানমন্ত্রী অনৱাৰ ইব্রাহিম, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাঁক্ৰ', জাৰ্মানীৰ ছেন্সেলৰ ফেড্রিক মর্জ, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-ম্যাং, ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ' লুলা ডি ছিলভা আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেছ অন্যতম। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে আলোচনাকালত তে...