January 5, 2025 8:30 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ মূল উদ্দেশ্য হ'ল আঞ্চলিক সংযোগ ব্যৱস্থাৰ উন্নতি সাধনেৰে যাতায়াত ব্যৱস্থা সূচল কৰি তোলা। প্রধানমন্ত্রী মোদীয়ে চাহিবাবাদ ৰেল ষ্টেচনৰ পৰা নিউ অশোক নগৰ ৰেল ষ্টেচনলৈ নমো ভাৰত ৰেলেৰে এটা যাত্ৰা সম্পূৰ্ণ কৰে। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয়, যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী চহৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা উল্লেখযোগ্য উপহাৰ লাভ কৰিছে আৰু ইয়াৰ দ্বাৰা চহৰীয়া যাতায়া...

January 5, 2025 10:40 AM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা দিল্লীত ১২,২০০ কোটি টকাৰো অধিক পুঁজি ব্যয়ৰে নির্মিত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ১২,২০০ কোটি টকাৰো অধিক পুঁজি ব্যয়ৰে নির্মিত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪,৬০০ কোটি টকা ব্যয়ৰে নিৰ্মিত দিল্লী-গাজিয়াবাদ–মীৰাট নমো ভাৰত কৰিড'ৰেৰে চাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজৰ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'ল পথছোৱা মুকলি কৰিব। শ্রী মোদীয়ে তেওঁ চাহিবাবাদ ষ্টেচনৰ পৰা নিউ অশোক নগৰ ষ্টেচনলৈ নমো ভাৰত ৰে'ল যোগে যাত্ৰাও কৰিব। দিল্লী মেট্ৰ'ৰ ৪ নম্বৰ ফেজৰ ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ জনকপুৰী আৰু কৃষ্ণপাৰ...