July 6, 2025 8:07 PM July 6, 2025 8:07 PM

views 9

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ দি জেনেৰিঅ’ৰ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ' দি জেনেৰিঅ'ত আজি নিশা আৰম্ভ হ'বলগীয়া ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ব্ৰিকছ সদস্য-ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সপ্তদশ ব্রিকছ শীর্ষ সন্মিলনত আন্তর্জাতিক প্ৰশাসনীয় সংস্কাৰ, পৰিবেশ পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্বান তথা কৃত্রিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হ'ব। এই সন্মিলনত স্বাস্থ্য, কৃত্রিম বুদ্ধিমত্তাৰ ইতিবাচক ব্যৱহাৰৰ পৰা আৰম্ভ কৰি আন্তৰ্জাতিক সমস্যা সমাধান, পৰিবেশ পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মুখা...