July 6, 2025 2:24 PM July 6, 2025 2:24 PM

views 22

সপ্তদশ ব্ৰীকচ্ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত

সপ্তদশ ব্ৰীকচ্ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে, তেওঁ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা চিলভাৰ সৈতে ফলদায়ক আলোচনাৰ বাবে আগ্ৰহেৰে বাট চাইছে। চতুৰ্থবাৰৰ বাবে দক্ষিণ আমেৰিকাৰ দেশখনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি চিলভাৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্রযুক্তি, কৃষি, স্বাস্থ্য, জনসম্পর্ক আদি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ সহযোগিতা বৃদ্ধিৰ...