July 6, 2025 12:27 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্জেণ্টিনা ভ্রমণ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্জেণ্টিনা ভ্রমণ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কালি দেশখনৰ প্ৰসিদ্ধ স্বতন্ত্রতা সেনানী জজ ডি ছেনৰ প্ৰতিমূৰ্তিত শ্রদ্ধার্ঘ নিবেদনেৰে এই ভ্ৰমণৰ পাতনি মেলে। পাছত দেশখনৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইয়ে কাছা ৰছদাত প্রধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। দুয়োগৰাকী নেতাই সংক্ষিপ্ত আলোচনাত মিলিত হয়। ইয়াৰ পাছত দুয়োগৰাকী নেতাৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সামৰি লোৱা হয়। বিদেশ মন্ত্ৰ্যালয়ৰ...