January 14, 2025 2:14 PM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে কয় যে ভাৰতৰ জলবায়ুক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে এই অভিযানে বহনক্ষম ভৱিষ্যতৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ বছৰীয়া যাত্ৰাৰ প্ৰশংসা কৰি কয় যে এয়া কেৱল বিভাগটোৰ যাত্ৰাই নহয় বৰঞ্চ এয়া হৈ...