September 17, 2024 11:58 AM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰসমূহৰ ই-নিলাম আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰসমূহৰ ই-নিলাম আজিৰ পৰা আৰম্ভ হ'ব। কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে জনসাধাৰণক ই-নিলামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় কয় যে ই নমামি গংগা পুঁজিলৈ বৰঙণি আগবঢ়াই এটা মহান উদ্দেশ্য সাধন কৰিব। তেওঁ কয় যে এয়া হ'ল এই নিলামৰ ষষ্ঠ সংস্কৰণ। ২০১৯ চনত প্ৰথমবাৰৰ বাবে এই নিলাম অনুষ্ঠিত হৈছিল। আজিৰ পৰা জনসাধাৰণে নিজৰ প্ৰিয় স্মাৰকৰ বাবে নিবিদা জমা কৰিব পাৰিব। অনলাইন নিলামৰ প্ৰক্ৰিয়া ২ অক্টোবৰলৈকে চলিব। আগ্রহী লোকসকলে https://pmmementos.gov.in ৱে...