December 1, 2024 6:14 PM
7
সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকৰ বাৰ্ষিক সন্মিলনৰ অন্তিম দিনা প্রধানমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ আলোচনা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূৱনেশ্বৰত চলি থকা সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকৰ বাৰ্ষিক সন্মিলনৰ অন্তিম দিনা দেশৰ কেন্দ্ৰীয় শাসিত অঞ্চল তথা ৰাজ্যসমূহৰ উদ্বিগ্নতাৰ বিভিন্ন সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। সন্মিলনত চাইবাৰ ক্রাইম, উপকূলীয় অঞ্চলৰ সুৰক্ষা তথা মাওবাদী সন্ত্রাসবাদৰ সৈতে মোকাবিলা কৰাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, গৃহ সচিব গোবিন্দ মোহন, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালো সন্মিলনত উপস...