March 1, 2025 8:54 PM
12
প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্রধানমন্ত্রীক সাক্ষাৎ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত সন্মিলনত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰণিল ৱিক্রমসিংঘে আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী টনী এবোটক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টক প্রধানমন্ত্রী মোদীয়ে কয়, যে তেওঁ আলোচনাৰ বাবে সদায় আগ্রহী। শ্রী মোদীয়ে শ্রীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৱিক্রমসিংঘে বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা দৃষ্টিভংগীৰ শলাগ লয়। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্রধানমন্ত্ৰীক সাক্ষাৎ কৰি শ্রী মোদীয়ে কয়, যে শ্রী এবোটে সদায় ভাৰতৰ সৈতে মিত্ৰতাৰ সম্...