November 22, 2025 11:58 AM

views 22

জোহান্সবার্গত অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনি আলবানেজৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনৰ সুযোগতে কালি দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনি আলবানেজৰ সৈতে বৈঠকত মিলিত হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াই ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ গভীৰতা আৰু বিবিধতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী দুগৰাকীয়ে প্ৰতিৰক্ষা আৰু সুৰক্ষা, গুৰুত্বপূৰ্ণ খনিজ, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা ব...