September 10, 2025 12:05 PM

views 16

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে চূড়াচান্দপুৰ জিলাত পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি চূড়াচান্দপুৰ জিলাত প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ বুজ লয়। ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সকলো দিশ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী মোদী অহা শনিবাৰে ৰাজ্যখনলৈ আহি চূড়াচান্দপুৰ আৰু ইম্ফলত জনসভাত অংশ ল'ব। ৰাজ্যপালগৰাকীয়ে কালি চূড়াচান্দপুৰ জিলাৰ হেলিপেড পৰিদৰ্শন কৰাৰ লগতে প্রধানমন্ত্রীয়ে ভাষণ দিবলগীয়া জনসভাৰ স্থানো পৰিদৰ্শন...